ଅର୍ଥ : শ্বেতাংগসকলে গণ্য কৰা আফ্রিকা, এছিয়া আদি দেশৰ ব্যক্তি
ଉଦାହରଣ :
এই কৃষ্ণাংগসকলৰ ওপৰত কিমানদিনলৈনো অত্যাচাৰ চলিব !
ସମକକ୍ଷ : কৃষ্ণাঙ্গ
ଅର୍ଥ : যিটো অত্যধিক বা বহুত কʼলা
ଉଦାହରଣ :
কʼলা-মʼলা মানুহ দেখিলে শিশুৱে ভয় খায়
ସମକକ୍ଷ : কʼলা-মʼলা, কৃষ্ণ বর্ণ, কেতু-কʼলা