ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাৰ দয়া আছে
ଉଦାହରଣ : দয়ালু লোকে সদায় আনক সহায় কৰে ভগবান সকলোৰে প্রতি দয়াশীল
ସମକକ୍ଷ : কাৰুণিক, কৃপালু, কৃপাশীল, কৰুণাময়, দয়াময়, দয়ালু, দয়াশীল, মৰমিয়াল, সদয় চিত্ত, সহৃদয়
ଅର୍ଥ : যিজন বৰ দয়ালু হয়
ଉଦାହରଣ : দয়াৰাম মহাজন দয়াৰ সাগৰ, তেওঁ দুখীয়াৰ সেৱাত সকলো অর্পন কৰিলে
ସମକକ୍ଷ : কৰুণা সাগৰ, দয়াৰ সাগৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ