ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যʼত শ্লীলতা নাই
ଉଦାହରଣ : অশ্লীল কিতাপ বিক্রী কৰাৰ অপৰাধত সোহনক দুবছৰৰ কাৰাদণ্ড বিহা হʼল
ସମକକ୍ଷ : অকথ্য, অনুচ্চার্য, অনুচ্চাৰণীয়, অশ্লীল, কুকথ্য
ଅର୍ଥ : যিটো ঘৃণাৰ যোগ্য
ଉଦାହରଣ : ভ্রূণ-হত্যা এটা ঘৃণনীয় অপৰাধ
ସମକକ୍ଷ : অপকৃষ্ট, ঘিণ লগা-, ঘৃণনীয়, ঘৃণাজনক, ঘৃণাযোগ্য, ঘৃণার্হ, ঘৃণিত, ঘৃণ্য, জঘন্য, বীভৎস
ଅର୍ଥ : যি শুৱনি নহয়
ଉଦାହରଣ : বক্রাচার্যৰ শৰীৰ অশুৱনি
ସମକକ୍ଷ : অগঢ়ী, অপচু, অশুৱনি, অশুৱনী, অশোভন, অশোভনীয়, অশোভিত, অসুন্দৰ, আগঢ়ী, আপচু, আভঁজ্া, আভজা, কদর্য্য, কদাকাৰ, কিম্ভূত-কিমাকাৰ, কুন্ধচ, কুবিকট, কুশ্রী, কুৰূপ, বিশ্রী
ସଂସ୍ଥାପନ କରନ୍ତୁ