ଅର୍ଥ : অক্ষত যোনী কন্যা বা এনেকুৱা ছোৱালী যাৰ পুৰুষৰ সৈতে সহবাস হোৱা নাই
ଉଦାହରଣ :
বেশ্যালয়ত কুমাৰীৰ চাহিদা অতি বেছি
ସମକକ୍ଷ : অক্ষতযোনি নাৰী, কন্যা
ଅର୍ଥ : অবিবাহিত স্ত্রীৰ নামৰ আগত লগোৱা এক সম্বোধন
ଉଦାହରଣ :
কুমাৰী প্রেমলতা আমাৰ শ্রেণীত পঢ়ে
ଅର୍ଥ : যি গৰাকী মহিলাৰ বিবাহ হোৱা নাই
ଉଦାହରଣ :
মাক-দেউতাকক অবিবাহিত মহিলাৰ বিয়াৰ চিন্তাই মনোকষ্ট দিয়ে
ସମକକ୍ଷ : অবিবাহিত, অবিবাহিত মহিলা
ଅର୍ଥ : যি স্ত্রী ৰজস্বলা হোৱা নাই
ଉଦାହରଣ :
তেওঁ দুর্গা পূজা উপলক্ষে এঘাৰগৰাকী কুমাৰীক ভোজ খুৱালে
ସମକକ୍ଷ : কুঁৱৰী