ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কুটিল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কুটিল   বিশেষণ

ଅର୍ଥ : কুটিলতাপূর্ণ ব্যৱহাৰ কৰোতাজন

ଉଦାହରଣ : কুটিল লোকৰ মনৰ কথা কোনেও জানিব নোৱাৰে

ସମକକ୍ଷ : কুচক্রী

ଅର୍ଥ : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য

ଉଦାହରଣ : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল

ସମକକ୍ଷ : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, জটিল, টান, দুষ্কৰ, দুৰূহ, সুকঠিন

ଅର୍ଥ : যʼত কপটতা আছে বা যি কপটতাৰে পৰিপূর্ণ

ଉଦାହରଣ : তেওঁ ্ মোৰ সৈতে কপটপূর্ণ ব্যৱহাৰ কৰিছে

ସମକକ୍ଷ : কপটপূর্ণ, কপটময়, চলনাময়