ଅର୍ଥ : অন্যান্য সৰু জীৱ-জন্তু ধৰা কুকুৰজাতীয় এবিধ বনৰীয়া হিংস্র জন্তু
ଉଦାହରଣ :
ভেৰাকেইটাই কুকুৰনেচীয়া বাঘটো দেখি ভয়তে লৰ দিলে
ସମକକ୍ଷ : কুকুৰনেচীয়া বাঘ, চোকাটি, লকয়া
ଅର୍ଥ : কুকুৰনেচীয়া বাঘৰ মাইকী
ଉଦାହରଣ :
মাইকী কুকুৰনেচীয়াজনীয়ে পোৱালিক গাখীৰ খুৱাই আছে
ସମକକ୍ଷ : মাইকী কুকুৰনেচীয়া