ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : নদী বা জলাশয়ৰ কাষৰ অংশ:তেওঁ ্ নাৱৰ কাৰণে নৈৰ পাৰত ৰৈ আছে
ଉଦାହରଣ :
ସମକକ୍ଷ : কাষ, কূল, কূল-কিনাৰ, কূলভূমি, তট, তটভূমি, তীৰ, তীৰভূমি, দাঁতি, পাৰ, বলুকা, সৈকত
ଅର୍ଥ : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
ଉଦାହରଣ : এই কাঁহীখনৰ কাণটো বৰ পাতল
ସମକକ୍ଷ : কাণ, কাষ, প্রান্তৰ, মূৰ
ଅର୍ଥ : কোনো বস্তু, স্থান আদিৰ কাষৰ ওখ অংশ
ଉଦାହରଣ : তেওঁ নদীৰ ্দাঁতিৰ পৰা পানীত জাপ মাৰি দিলে
ସମକକ୍ଷ : কাষ, দাঁতি, পাৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ