ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : এনেকুৱা দণ্ড যাৰ কাৰণে জেলত থাকিবলগীয়া হয়
ଉଦାହରଣ : ঘোচ খোৱাৰ অপৰাধত ৰাহুলে কাৰাদণ্ড খাটিব লগা হʼল
ସମକକ୍ଷ : কাৰাদণ্ড, কয়েদ, ঘানি টনা-, জেল, জেল-জৰিমনা, জেলৰ ভাত খোৱা-, শ্রীঘৰ বাস, হাজোত বাস
ଅର୍ଥ : কোনো ঠাই আদিত বন্দী কৰি ৰখা কার্য
ଉଦାହରଣ : পণ্ডিত জৱাহৰলাল নেহৰুৱে কাৰাবাস খাতি থাকোতেও একেৰাহে লিখা-মেলা কৰি আছিল
ସମକକ୍ଷ : কয়েদ, বন্দী
ସଂସ୍ଥାପନ କରନ୍ତୁ