ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কাৰোবাৰ ওপৰত আৰোপ কৰা দোষ
ଉଦାହରଣ : নভবা নিচিন্তাকৈ কাৰো চৰিত্রত কলংক সনা উচিত নহয়
ସମକକ୍ଷ : অপযশ, কলংক, দাগ, লাঞ্ছনা
ଅର୍ଥ : ধোঁৱা জমা হৈ হৈ হোৱা কʼলা অংশ
ଉଦାହରଣ : বেৰত লগা এলান্ধুবোৰ চাফা কৰা
ସମକକ୍ଷ : আলান্ধু, এলান্ধু, কʼলা-ছাই
ଅର୍ଥ : কʼলা হোৱা অৱস্থা
ଉଦାହରଣ : আজিকালি চেহেৰাৰ কʼলা পৰা আঁতৰ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ প্রসাধন ওলাইছে
ସମକକ୍ଷ : কʼলা পৰা
ସଂସ୍ଥାପନ କରନ୍ତୁ