ଅର୍ଥ : কোনো কার্যক্রমৰ বিষয়ে সকলো খা-খবৰ থকা সূচী
ଉଦାହରଣ :
কার্যক্রমণিকা মতে কার্যক্রম ্ পুৱা ন বজাৰ পৰা আৰম্ভ হʼব
ସମକକ୍ଷ : কার্যক্রম সূচী, কার্যক্রমণিকা
ଅର୍ଥ : হোৱা অথবা কৰা কামৰ তালিকা
ଉଦାହରଣ :
মই এই মাহৰ কার্যসূচী তৈয়াৰ কৰি লৈছোঁ
ସମକକ୍ଷ : কার্য-সূচী, কার্য্য-সূচী, কার্য্যসূচী