ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কামোৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কামোৰা   ক্ৰিয়া

ଅର୍ଥ : দাঁত আদি বহুৱাই টুকুৰা, আঘাত বা ঘাঁ কৰা:ৰাতি শুৱাৰ সময়ত মহে বৰকৈ কামুৰিলে

ଉଦାହରଣ :

ଅର୍ଥ : মুখত ভৰাই লৈ দুয়োপাৰি ্দাঁতেৰে বাৰে-বাৰে হেঁ্চা কার্য

ଉଦାହରଣ : তেওঁ কলমটো কামুৰি আছে

ସମକକ୍ଷ : কামুৰি থকা, চোৱোৱা

ଅର୍ଥ : মূৰৰ বিষ কৰা

ଉଦାହରଣ : আধাঘণ্টাৰ পৰা মোৰ মুৰ কামুৰি আছে

ଅର୍ଥ : বিষাক্ত পোক-পতঙ্গ, জন্তু আদিয়ে দাতেৰে কামোৰা কার্য

ଉଦାହରଣ : খেতিয়কজনক খেতি-পথাৰত সাপে খুটিলে

ସମକକ୍ଷ : খুটা, ডকা