ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি উপকৰণেৰে কিবা লিখা হয় যিহৰ দ্বাৰা লিখাৰ কাম কৰা হয়
ଉଦାହରଣ : প্রাচীন কালত মৌৰাৰ পাখি কলমৰ ৰূপত ব্যৱহাৰ কৰিছিল
ସମକକ୍ଷ : কলম
ଅର୍ଥ : প্রতিযোগিতা আদিত বিজেতাক দিয়া পাত্রৰ আকাৰৰ ধাতুৰ নির্মিত বস্তু বিশেষ
ଉଦାହରଣ : তেওঁ ্দৌৰ প্রতিযোগিতাত অংশগ্রহণ কৰি ্স্বর্ণ্্কাপ অর্জন কৰিলে
ଅର୍ଥ : কাগজ আদিত চিঞাহীৰ সংযোগত লিখা উপকৰণ
ଉଦାହରଣ : এই কলমটো মোক এজন বন্ধুৱে উপহাৰস্বৰূপে দিছে
ସମକକ୍ଷ : কলম, নিজৰি কাপ, পেন, লেখনী
ଅର୍ଥ : জয়লাভৰ উপলক্ষে দিয়া বস্তু বিশেষ
ଉଦାହରଣ : এই কাপটো মই দৌৰ প্রতিযোগিতাত পাইছোঁ
ସମକକ୍ଷ : ট্রফী
ଅର୍ଥ : চাহ বাকি খাবলৈ ধাতু, মাটি আদিৰে সজা এবিধ সৰু বাচন
ଉଦାହରଣ : কাপটো হাতৰ পৰা পৰি ভাগিল
ସମକକ୍ଷ : চষক, পান-পাত্র, পিয়লা, বাটি
ସଂସ୍ଥାପନ କରନ୍ତୁ