ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কাপ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কাপ   বিশেষ্য

ଅର୍ଥ : যি উপকৰণেৰে কিবা লিখা হয় যিহৰ দ্বাৰা লিখাৰ কাম কৰা হয়

ଉଦାହରଣ : প্রাচীন কালত মৌৰাৰ পাখি কলমৰ ৰূপত ব্যৱহাৰ কৰিছিল

ସମକକ୍ଷ : কলম

ଅର୍ଥ : প্রতিযোগিতা আদিত বিজেতাক দিয়া পাত্রৰ আকাৰৰ ধাতুৰ নির্মিত বস্তু বিশেষ

ଉଦାହରଣ : তেওঁ ্দৌৰ প্রতিযোগিতাত অংশগ্রহণ কৰি ্স্বর্ণ্্কাপ অর্জন কৰিলে

ଅର୍ଥ : কাগজ আদিত চিঞাহীৰ সংযোগত লিখা উপকৰণ

ଉଦାହରଣ : এই কলমটো মোক এজন বন্ধুৱে উপহাৰস্বৰূপে দিছে

ସମକକ୍ଷ : কলম, নিজৰি কাপ, পেন, লেখনী

ଅର୍ଥ : জয়লাভৰ উপলক্ষে দিয়া বস্তু বিশেষ

ଉଦାହରଣ : এই কাপটো মই দৌৰ প্রতিযোগিতাত পাইছোঁ

ସମକକ୍ଷ : ট্রফী

ଅର୍ଥ : চাহ বাকি খাবলৈ ধাতু, মাটি আদিৰে সজা এবিধ সৰু বাচন

ଉଦାହରଣ : কাপটো হাতৰ পৰা পৰি ভাগিল

ସମକକ୍ଷ : চষক, পান-পাত্র, পিয়লা, বাটি