ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কাঁটা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কাঁটা   বিশেষ্য

ଅର୍ଥ : মাছৰ দেহৰ ভিতৰত থকা কাঁইটৰ নিচিনা হাড়

ଉଦାହରଣ : মাছ খাই থাকোতে ৰামুৰ মুখত কাঁইট লাগি ধৰিলে

ସମକକ୍ଷ : কাঁইট, মাছৰ কাঁইট, মাছৰ কাঁটা

ଅର୍ଥ : মানুহে আহাৰ খাওতে ব্যৱহাৰ কৰা ত্রিশুলৰ নিচিনা এবিধ আহিলা

ଉଦାହରଣ : কাটা, ছুৰিৰে আহাৰ খোৱাৰ ঢং সকলোৱে নাজানে

ସମକକ୍ଷ : কাটা

ଅର୍ଥ : কোনো জোখ-মাখ কৰা উপকৰণত লাগি থকা দীঘল, মিহি, জোঙা অংশ, যি কোনো জোখ-মাপ দেখুৱায়

ଉଦାହରଣ : কম্পাচৰ কাঁটাই উত্তৰ-দক্ষিণ সূচিত কৰিছে

ସମକକ୍ଷ : কাটা