ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কাঁইট ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কাঁইট   বিশেষ্য

ଅର୍ଥ : মাছৰ দেহৰ ভিতৰত থকা কাঁইটৰ নিচিনা হাড়

ଉଦାହରଣ : মাছ খাই থাকোতে ৰামুৰ মুখত কাঁইট লাগি ধৰিলে

ସମକକ୍ଷ : কাঁটা, মাছৰ কাঁইট, মাছৰ কাঁটা

ଅର୍ଥ : গছৰ গা-গছ, ডাল, পাত আদিৰ পৰা ওলোৱা জোঙা অংশ, যি বেজীৰ নিচিনা হয়

ଉଦାହରଣ : হাবিত থাকোতে তেওঁৰ ভৰিত ্ কাঁইট সোমাল

ସମକକ୍ଷ : কণ্টক, কাটা, তৰুনখ, শূল, হুল

ଅର୍ଥ : বেজি বা কাঁইটৰ সমান কোনো সৰু বস্তু

ଉଦାହରଣ : ৰামে বেৰৰ চাৰিওফালে কাঁইট লগালে