ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কষ্ট দিয়া ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কষ্ট দিয়া   ক্ৰিয়া

ଅର୍ଥ : শাৰীৰিক বা মানসিক বেদনা দি ব্যাকুল কৰা

ଉଦାହରଣ : ৰজাই যুদ্ধ-বন্দীসকলক বহুত শাস্তি দিলে

ସମକକ୍ଷ : যাতনা দিয়া, শাস্তি দিয়া

ଅର୍ଥ : কাৰোবাৰ ঘা আদি এনেদৰে চুৱা যাৰ কাৰণে তেওঁ কষ্ট অনুভৱ কৰে

ଉଦାହରଣ : অকস্মাতে তেওঁ ্মোৰ ফোঁহাটোত দুখ দিলে

ସମକକ୍ଷ : দুখ দিয়া

ଅର୍ଥ : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া

ଉଦାହରଣ : বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে

ସମକକ୍ଷ : উৎপীড়ন কৰা, জ্বলোৱা, দুঃখ দিয়া, দুখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া, শাস্তি দিয়া