ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কাৰোবাৰ ভালৰ কাৰণে কাৰোবাৰ দ্বাৰা বা আন কোনো প্রকাৰেৰে হোৱা কার্য
ଉଦାହରଣ : সকলোৰে মংগল হোৱা কাম কৰা উচিত
ସମକକ୍ଷ : ভাল, মংগল, লাভ, হিত
ଅର୍ଥ : কুশল হোৱাৰ অৱস্থা বা ভাৱ
ଉଦାହରଣ : সকলোৰে মংগল ভগৱানৰ হাতত আছে
ସମକକ୍ଷ : কুশল, মংগল
ଅର୍ଥ : সুখ, সমৃদ্ধি তথা কুশলতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা
ଉଦାହରଣ : সকলোৰে কল্যাণ হোৱাকৈ কাম কৰা উচিত
ସମକକ୍ଷ : ভাল, মংগল, মঙ্গল, শুভ
ସଂସ୍ଥାପନ କରନ୍ତୁ