ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কলুষিত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কলুষিত   বিশেষণ

ଅର୍ଥ : যিয়ে লাঞ্ছনা পাইছে বা যাৰ কলংক লাগিছে

ଉଦାହରଣ : মোহন এজন ব্যক্তি

ସମକକ୍ଷ : কলংকিত, দাগী, লাঞ্ছিত

ଅର୍ଥ : যি ্ ধর্মানুসৰি পবিত্র নহয়

ଉଦାହରଣ : হিন্দুসকলে বিশ্বাস কৰে যে কোনো অপবিত্র স্থানত গংগাজল চটিয়াই দিলে সেই ঠাই পবিত্র হৈ যায়

ସମକକ୍ଷ : অপবিত্র, অপুণ্য, অপৱিত্র, অশুচি, অশুদ্ধ, দুষিত

ଅର୍ଥ : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়

ଉଦାହରଣ : স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে

ସମକକ୍ଷ : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, অপৰিষ্কৃত, আবিল, ক্লেদাক্ত, খেহেটা, ঘোলা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা, লেতেৰা-পেতেৰা