ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কেচি বা অন্য কোনো উপকৰণেৰে কটা কার্য
ଉଦାହରଣ : মালীয়ে ফুলনিখনৰ কেতবোৰ উদ্ভিদৰ কলম দিছে
ସମକକ୍ଷ : কটা
ଅର୍ଥ : কেঁচি বা কেঁচিৰ নিচিনা কোনো যতনেৰে কটা কার্য
ଉଦାହରଣ : মালীজনে বাগিচাৰ গছপুলিবোৰ প্রতি মাহে কাটে
ଅର୍ଥ : ধাৰাল অস্ত্র আদিৰে কোনো বস্তু আদি দুই বা ততোধিক খণ্ড কৰা বা বহুতো ভাগত বিভক্ত কৰা:মালীজনে গছপুলিবোৰ কলম দিছে
ଉଦାହରଣ :
ସଂସ୍ଥାପନ କରନ୍ତୁ