ଅର୍ଥ : কোনো বস্তু আদি লুপ্ত হৈ অলপ থাকি যোৱা
ଉଦାହରଣ :
বৰষুণ নোহোৱাৰ ফলত নদীত পানী কমি আহিছে
ସମକକ୍ଷ : তাকৰ হোৱা, ন্যূন হোৱা
ଅର୍ଥ : কোনো বস্তু আকাৰ, সীমা বা প্রসাৰতা আদিত সৰু হৈ অহা
ଉଦାହରଣ :
তেওঁৰ ্উপার্জন কমি আহিছে
ସମକକ୍ଷ : সংকুচিত হোৱা
ଅର୍ଥ : যিটো কম হৈ আহিছে বা তললৈ গৈ আছে
ଉଦାହରଣ :
তেওঁলোকৰ মাজত কমি অহা আত্মীয়তা দেখি মই বিচলিত হʼলে
ସମକକ୍ଷ : হ্রাস পোৱা