ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কমা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কমা   বিশেষ্য

ଅର୍ଥ : কম হৈ অহা কার্য

ଉଦାହରଣ : বানপীড়িত গঞাই নদীৰ পানী কমা দেখি অলপ সকাহ পালে

ସମକକ୍ଷ : টুটা

কমা   ক্ৰিয়া

ଅର୍ଥ : নামি যোৱা বা কমি যোৱা

ଉଦାହରଣ : আজি ৰাতিপুৱাহে তেওঁৰ জ্বৰ কমিল

ସମକକ୍ଷ : নমা

ଅର୍ଥ : একেবাৰে আদায় নোহোৱা

ଉଦାହରଣ : হাজাৰৰ পৰা এশ টকা কমি গʼল

ଅର୍ଥ : মূল্য অৱনমিত হোৱা বা কমি অহা

ଉଦାହରଣ : আজিকালি সোণৰ দাম নামিছে

ସମକକ୍ଷ : নমা, পৰা

ଅର୍ଥ : ঘাটি হোৱা বা কমি যোৱা

ଉଦାହରଣ : বৰষুণ কম হোৱাৰ কাৰণে এই বছৰ ফচল কমিল

ସମକକ୍ଷ : টুটা

ଅର୍ଥ : ক্ষীণ হোৱা

ଉଦାହରଣ : ৰোগীৰ শৰীৰ দিনে-দিনে কমি আহিছে

ସମକକ୍ଷ : কমি যোৱা