ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কমলা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কমলা   বিশেষ্য

ଅର୍ଥ : নেমু প্রজাতিৰ এবিধ সুগন্ধি, ৰসাল আৰু মিঠা সোৱাদযুক্ত ফল

ଉଦାହରଣ : তেওঁ ্সদায় কমলাৰ ৰস খায়

ସମକକ୍ଷ : কমলা টেঙা

ଅର୍ଥ : ধনৰ অধিষ্ঠাত্রী দেৱী যাক বিষ্ণুৰ পত্নী বুলি কোৱা হয়

ଉଦାହରଣ : মানুহে ধন প্রাপ্তিৰ বাবে লক্ষ্মীৰ পূজা কৰে

ସମକକ୍ଷ : ইন্দিৰা, ধনদা, নাৰায়ণী, পদ্মা, লক্ষ্মী, শতদলবাসিনী, শ্রী, হৰিপ্রিয়া, ৰমা

ଅର୍ଥ : কমলাৰ বাকলিৰ নিচিনা ৰং বা ৰঙা আৰু হালধীয়া মিহলাই উলিওৱা ৰং

ଉଦାହରଣ : চিত্রশিল্পীজনে কমলা ৰঙেৰে ছবিখন বুলাই আছে

ସମକକ୍ଷ : কমলা ৰং, সুমথিৰা, সুমথিৰা ৰং

ଅର୍ଥ : নেমুজাতীয় এবিধ মজলীয়া আকাৰৰ গছ

ଉଦାହରଣ : কমলা গছৰ ফল খাবলৈ মিঠা, সুগন্ধি ৰসাল

ସମକକ୍ଷ : কমলা গছ, সুমথিৰা, সুমথিৰা গছ, সোণতৰা গছ