ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কপি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কপি   বিশেষ্য

ଅର୍ଥ : অভ্যাসৰ কাৰণে লিখিবলৈ ব্যৱহাৰ কৰা কিতাপ আকৃতিৰ উকা কাগজ

ଉଦାହରଣ : সকলো ছাত্রৰ লগত প্রতিটো বিষয়ৰ একোখনকৈ বহী থকা উচিত

ସମକକ୍ଷ : খাতা, বহী

ଅର୍ଥ : কিতাপ বা বাতৰি কাকতৰ নকল

ଉଦାହରଣ : প্রতিদিনে বাতৰি কাকতৰ বহু হাজাৰ কপি বিক্রী হয়

ଅର୍ଥ : লেখা আদিৰ আক্ষৰিক স্বৰূপ

ଉଦାହରଣ : পৰীক্ষা প্রমাণ পত্রৰ আৰু এখন প্রতিলিপিৰ কাৰণে বিদ্যালয়ত আবেদন পত্র দিয়া হৈছে

ସମକକ୍ଷ : অনুলিপি, নকল, প্রতিলিপি, প্রতিলেখ