ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কপাট ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কপাট   বিশেষ্য

ଅର୍ଥ : খিৰিকি বা দর্জা আদিত লগোৱা কাঠ আদিৰ অংশ যাক চৌকাঠত লগাই খোলা-মেলা কৰা হয়

ଉଦାହରଣ : আন্ধাৰৰ কাৰণে খিৰিকিৰ পাল্লাখন খুলি দিয়া হৈছে

ସମକକ୍ଷ : পাল্লা

ଅର୍ଥ : ভিতৰলৈ সোমাব পৰা বাহিৰলৈ ওলাব পৰা কোনো বন্ধ স্থানৰ এক খোলা অংশ

ଉଦାହରଣ : ভিখাৰীজন দুৱাৰত ৰৈ আছে

ସମକକ୍ଷ : দর্জা, দর্জ্জা, দুৱাৰ, দ্বাৰ, দৰজা