ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি বয়সত সকলোতকৈ সৰু
ଉଦାହରଣ : মোৰ কনিষ্ঠ ভাইটি আহিছে
ସମକକ୍ଷ : কণিষ্ঠ
ଅର୍ଥ : পদ, মর্যাদা বা অৱস্থাত আদিত যি সৰু
ଉଦାହରଣ : তেওঁ নিজৰ কনিষ্ঠ ্সহকর্মীসকলৰ লগত যথেষ্ট ভাল সম্পর্ক ্ৰাখে
ସମକକ୍ଷ : অৱৰ
ଅର୍ଥ : যাৰ জন্ম পিছত হৈছে
ଉଦାହରଣ : লক্ষ্মণ ৰামৰ অনুজ ভায়েক আছিল
ସମକକ୍ଷ : অনুজ, সৰু
ଅର୍ଥ : সকলোতকৈ সৰু
ଉଦାହରଣ : মোৰ কনিষ্ঠ আঙুলিত বিষ হৈ আছে
ସଂସ୍ଥାପନ କରନ୍ତୁ