ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কথা পাহৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কথা পাহৰা   বিশেষ্য

ଅର୍ଥ : প্রায়েই পাহৰি থকা ব্যক্তি

ଉଦାହରଣ : ৰাম এটা ডাঙৰ কথা পাহৰা, সি সদায় কিবা নহয় কিবা পাহৰি যায়

ସମକକ୍ଷ : কথা-পাহৰা

কথা পাহৰা   ক্ৰিয়া

ଅର୍ଥ : বৃদ্ধাৱস্থাৰ কাৰণে বুদ্ধিয়ে ভালদৰে কাম নকৰা

ଉଦାହରଣ : কিছুমান লোকৰ বৃদ্ধাৱস্থাত স্মৃতিভ্ৰংশ হয়

ସମକକ୍ଷ : স্মৃতিভ্ৰংশ হোৱা

কথা পাহৰা   বিশেষণ

ଅର୍ଥ : যাৰ পাহৰি থকাটোৱেই স্বভাৱ

ଉଦାହରଣ : প্ৰতিমাই সৰুকালৰ পৰাই কথা পাহৰা স্বভাৱ আছে