ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কণ্ঠ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কণ্ঠ   বিশেষ্য

ଅର୍ଥ : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়

ଉଦାହରଣ : তেওঁৰ ্ মাতটো বৰ মিঠা

ସମକକ୍ଷ : গলা, বোল, মাত, স্বৰ

ଅର୍ଥ : গীত পৰিবেশনৰ বিশেষ আৰু সুন্দৰ ভঙ্গিমা

ଉଦାହରଣ : এই গায়িকা গৰাকীৰ সুৰ বৰ ভাল

ସମକକ୍ଷ : লয়, সুৰ

ଅର୍ଥ : খোৱা আহাৰ পেটলৈ যোৱা আৰু শ্্ব্দৰ সৃষ্টি হোৱা ডিঙিৰ অংশ বিশেষ

ଉଦାହରଣ : সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল পান কৰি ভগৱান শিৱৰ কণ্ঠ নীলা হৈ গৈছিল

ସମକକ୍ଷ : গলা

ଅର୍ଥ : শৰীৰৰ থুতৰিৰ তলত আৰু কান্ধৰ ওপৰৰ অৱস্থিত আগভাগ

ଉଦାହରଣ : পুৰুষৰ কণ্ঠৰ ঘটিকা দেখা যায়

ସମକକ୍ଷ : গল, গলা