ଅର୍ଥ : কঠিন হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ :
সাহসী লোকৰ জীৱনত কঠিনতা অহাৰ পিছতো অলপো বিচলিত নহয়
ସମକକ୍ଷ : দুৰূহতা
ଅର୍ଥ : কোনো কাম কৰোতে বাধা পোৱা স্থিতি
ଉଦାହରଣ :
এনেকুৱা পৰিস্থিতিত কাম কৰিবলৈ মই অসুবিধা পাওঁ
ସମକକ୍ଷ : অসুবিধা, কষ্টসাধ্যতা, দুৰূহতা
ଅର୍ଥ : কঠোৰ হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ :
শুকান মাটিৰ কঠিনতা আঁত্্ৰাবৰ কাৰণে তাত পানী দিয়া