ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কটা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কটা   বিশেষ্য

ଅର୍ଥ : কেচি বা অন্য কোনো উপকৰণেৰে কটা কার্য

ଉଦାହରଣ : মালীয়ে ফুলনিখনৰ কেতবোৰ উদ্ভিদৰ কলম দিছে

ସମକକ୍ଷ : কলম দিয়া

ଅର୍ଥ : কটোৱাৰ কাম

ଉଦାହରଣ : ঠিকাদাৰে বনুৱাবোৰৰ দ্বাৰা খেতিডৰা দোৱাৰ কাম কৰি আছে

ସମକକ୍ଷ : দোৱা

কটা   ক্ৰিয়া

ଅର୍ଥ : কোনো ধাৰযুক্ত হাথিয়াৰৰ হেঁ্চাৰে কোনো বস্তুক টুকুৰা কৰা

ଉଦାହରଣ : পাচলি কাটি আছে

ଅର୍ଥ : কেঁচি বা কেঁচিৰ নিচিনা কোনো যতনেৰে কটা কার্য

ଉଦାହରଣ : মালীজনে বাগিচাৰ গছপুলিবোৰ প্রতি মাহে কাটে

ସମକକ୍ଷ : কলম দিয়া

ଅର୍ଥ : কোনো বস্তুক বিশেষ আকাৰত আনিবৰ কাৰণে কটা কার্য

ଉଦାହରଣ : মালীয়ে মাজে-মাজে বাগিছাখনৰ গছপুলিবোৰ কাটে নাপিতে তেওঁৰ চুলি কাটিলে

ଅର୍ଥ : কলমৰ ৰেখাৰে কোনো লিখনি বাতিল কৰা কার্য

ଉଦାହରଣ : শিক্ষকে ভুল উত্তৰটো কাটিলে

ଅର୍ଥ : কপাহ পকাই সূতা তৈয়াৰ কৰা কার্য

ଉଦାହରଣ : মায়ে লগুণ বনাবলৈ সূতা কাটিছে

ସମକକ୍ଷ : সূতা কটা

ଅର୍ଥ : কোনো বস্তুৰ পৰা কোনো অংশ পৃথক কৰা

ଉଦାହରଣ : গাণনিক বিষয়াজনে মোৰ বেতনৰ পৰা বিশ শতাংশ আয়কৰ কাটিলে

ଅର୍ଥ : ধাৰাল অস্ত্র আদিৰে কোনো বস্তু আদি দুই বা ততোধিক খণ্ড কৰা বা বহুতো ভাগত বিভক্ত কৰা:মালীজনে গছপুলিবোৰ কলম দিছে

ଉଦାହରଣ :

ସମକକ୍ଷ : কলম দিয়া

ଅର୍ଥ : কোনো এক ঠাইত এডাল ৰেখাই আন এডাল ৰেখাৰ ওপৰেৰে পাৰ হৈ আগুৱাই গুচি যোৱা

ଉଦାହରଣ : জ্যামিতিৰ এই প্রশ্নটোত ভূমিৰেখাক এডাল লম্বৰেখাই সোঁমাজত কাটিছে

কটা   বিশেষণ

ଅର୍ଥ : কটা যোৱা

ଉଦାହରଣ : ৰীমাই কটা বাহুটো দেখি চকখাই উঠিল

ସମକକ୍ଷ : খণ্ডিত, চ্ছিন্ন