ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কটল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কটল   বিশেষ্য

ଅର୍ଥ : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন

ଉଦାହରଣ : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল

ସମକକ୍ଷ : কাটল, কৰ, কৰ-কাটল, খাজনা, টেক্স, শুল্ক

ଅର୍ଥ : খেতি-বাতিৰ মাটিত লগোৱা কৰ

ଉଦାହରଣ : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল

ସମକକ୍ଷ : কাটল, কৰ, কৰ-কাটল, খাজনা, খেৰাজ, টেক্স, শুল্ক