ଅର୍ଥ : কাজল বা কুলি চৰাইৰ দৰে ৰং
ଉଦାହରଣ :
ইমানখিনি শুনিয়েই সোহনৰ মুখ কʼলা পৰি গʼল
ସମକକ୍ଷ : এঙাৰ বৰণীয়া, কʼলা বৰণীয়া, কʼলা ৰং, কʼলী, কৃষ্ণ, কৃষ্ণবর্ণ, শ্যাম, শ্যামবর্ণ, ্এঙাৰ বৰণীয়া
ଅର୍ଥ : যিজন বগা বা শ্বেত বর্ণৰ নহয়
ଉଦାହରଣ :
ইংৰাজসকলে কʼলা মানুহৰ ওপৰত নি্র্মম অত্যাচাৰ কৰিছিল
ସମକକ୍ଷ : কৃষ্ণাঙ্গ