ଅର୍ଥ : কোনো কিতাপ আদি ছপা কৰি অনা
ଉଦାହରଣ :
তেওঁৰ কবিতাৰ আৰু এটা নতুন সংস্কৰণ ওলাইছে
ସମକକ୍ଷ : প্রকাশিত হোৱা
ଅର୍ଥ : ওচৰৰ পৰা গৈ থকা বা হাতত নথকা
ଉଦାହରଣ :
বদ অভ্যাসৰ কাৰণে তেওঁৰ ্চাকৰিটো গুচি গʼল
ସମକକ୍ଷ : গুচি যোৱা
ଅର୍ଥ : ফোঁহাৰ ৰূপত শৰীৰত উৎপন্ন হোৱা
ଉଦାହରଣ :
গৰমৰ দিনত শুভমৰ শৰীৰত ্ফোঁহা ওলায়
ଅର୍ଥ : হিচাপ হোৱাৰ পিছত কিছুমান ধন কাৰোবৰ জিম্মাত থাকি যোৱা
ଉଦାହରଣ :
আপোনাৰ পৰা মোৰ পাঁচ টকা ওলায়
ଅର୍ଥ : প্রচলিত হোৱা
ଉଦାହରଣ :
ইয়াত সদায় নতু নতুন ফেশ্বনৰ কাপোৰ ওলায়
ଅର୍ଥ : অনায়াসে উচ্চাৰিত হোৱা
ଉଦାହରଣ :
গুলী লগাৰ লগে লগে গান্ধীজীৰ মুখৰ পৰা হেʼ ৰাম ওলাল
ଅର୍ଥ : অন্য কোনোফালে বাঢ়ি থকা
ଉଦାହରଣ :
এই মেজখনৰ কোণাটো অলপ ওলাইছে