ଅର୍ଥ : ওপৰত থকা কোনো বস্তৰ কোনো অংশক তললৈ আধাৰহীন ভাৱে ৰখা কার্য
ଉଦାହରଣ :
শ্যামে ছাদৰ পৰা এডাল ৰচী ওলমাই আছে
ସମକକ୍ଷ : ওলমাই দিয়া
ଅର୍ଥ : কোনো কাম আধৰুৱা হৈ থকা বা ৰোৱা
ଉଦାହରଣ :
আপোনাৰ কাৰণে মোৰ কামটো ওলমি আছে