ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্তু আদিৰ বা তাৰ কোনো অংশ কোনো ফালে হালি থকা
ଉଦାହରଣ : চাইকেলৰ ওপৰত লদা বোজাটো বাওঁফালে ওলমি আছে
ସମକକ୍ଷ : ওলমা
ଅର୍ଥ : ওপৰত তুলি থোৱা স্বত্বেও কোনো বস্তুৰ কিছু অংশ তললৈ অলপ দূৰলৈকে আধাৰহীন হিচাপে থকা কার্য
ଉଦାହରଣ : বেৰত এডাল ৰচী ওলমি আছে
ସମକକ୍ଷ : ওলমা, দুলি থকা
ଅର୍ଥ : যি ওলমি পৰিছে
ଉଦାହରଣ : দীপকে গছত লাগি ধৰা চিলাখন এৰোৱাই আছে
ସମକକ୍ଷ : ফাঁচ লগা, লাগি ধৰা
ସଂସ୍ଥାପନ କରନ୍ତୁ