ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ওখ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ওখ   বিশেষ্য

ଅର୍ଥ : ধৰাতলৰ পৰা একেবাৰে ওপৰৰ ফালে প্রসাৰিত বা ওপৰৰ পিনলৈ বিস্তাৰিত:কুতুব মিনাৰৰ উচ্চতা বহুত বেছি তেওঁ ্ মোৰ ভাইটিৰ সমান ওখ

ଉଦାହରଣ :

ସମକକ୍ଷ : উচ্চতা, দীঘ, দীর্ঘতা, দৈর্ঘ্য

ওখ   বিশেষণ

ଅର୍ଥ : বহুত ডাঙৰ বিশেষ উচ্চতা সম্পন্ন বা যাৰ বিস্তাৰ ওপৰলৈ অধিক হয়

ଉଦାହରଣ : এভাৰেষ্ট হিমালয়ৰ সকলোতকৈ উচ্চত অৱস্থিত

ସମକକ୍ଷ : উচ্চ, ওখ-পাখ, চৰা, টিং, শিখৰ

ଅର୍ଥ : দীঘল শৰীৰৰ

ଉଦାହରଣ : অমিতাভ বচ্চন ওখ ব্যক্তি

ସମକକ୍ଷ : উচ্চ, উচ্চতাযুক্ত, উচ্চতাসম্পন্ন