ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ এৰেহা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

এৰেহা   বিশেষ্য

ଅର୍ଥ : ব্যৱহাৰ কৰি বা কোনো অন্য কাৰণবশতঃ এৰা পদার্থ

ଉଦାହରଣ : বেচেৰী বিধৱাজনীয়ে গোটেই জীৱন এৰেহাহে পায় থাকিল

ସମକକ୍ଷ : উচিছষ্ট, পৰিত্যক্ত

এৰেহা   বিশেষণ

ଅର୍ଥ : কাৰোবাৰ কাৰণে বাঢ়ি দিয়া আহাৰ খোৱাৰ পিছত ৰৈ যোৱা অংশ

ଉଦାହରଣ : এৰেহা খাদ্য খাব নালাগে

ସମକକ୍ଷ : উচ্ছিষ্ট, চুৱা, জোঠা