ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ এৰাই যোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

এৰাই যোৱা   ক্ৰিয়া

ଅର୍ଥ : অংকন কৰা কোনো চিহ্ন আদি নথকা

ଉଦାହରଣ : চার্ফত ্কাপোৰ ধুলে কাপোৰৰ দাগ, চেকা আদি গুচে

ସମକକ୍ଷ : আঁত্্ৰা, গুচা

ଅର୍ଥ : বান্ধি থোৱা বা ফান্দত পৰা কোনো বস্তু আঁতৰি যোৱা কার্য

ଉଦାହରଣ : মাছবোৰ জালৰ পৰা এৰাই গʼল

ସମକକ୍ଷ : উন্মুক্ত হোৱা, বন্ধন মুক্ত হোৱা, মুক্ত হোৱা, সুলকি যোৱা

ଅର୍ଥ : মিলি বা লাগি বা যুক্ত হৈ থকা বস্তু আদি বেলেগ হোৱা

ଉଦାହରଣ : কামিজৰ বুটামটো এৰাই গʼল কিতাপৰ পাতবোৰ এৰাবলৈ ধৰিছে জেকি যোৱা বাবে বেৰৰ চিমেন্টবোৰ এৰি গৈছে

ସମକକ୍ଷ : এৰি যোৱা, ওলাই যোৱা, পৃথক হোৱা

ଅର୍ଥ : কটা বা কোনো মূলবস্তুৰ পৰা আঁতৰি যোৱা কার্য

ଉଦାହରଣ : বৰষুণৰ আগেয়ে গছ-গছনি ছিঙি গৈছিল

ସମକକ୍ଷ : ছিঙা, ছিন্ন হোৱা