ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ এৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

এৰা   বিশেষ্য

ଅର୍ଥ : কোনো বস্তু বা প্রাণীৰ সৈতে সম্বন্ধ ছিঙি পেলোৱা কার্য

ଉଦାହରଣ : পত্নী তথা লʼৰা-ছোৱালী এৰাৰ পিছত ্তেওঁ কেতিয়াও সুখী হʼব নোৱাৰিলে

ସମକକ୍ଷ : ত্যাগ, পৰিত্যাগ

ଅର୍ଥ : এক উদ্ভিদ যাৰ ফলৰ পৰা তেল উলিওৱা হয়

ଉଦାହରଣ : এৰাৰ ফল কাঁইটীয়া হয়

ସମକକ୍ଷ : এৰণ্ড

ଅର୍ଥ : নিজৰ অধিকাৰ বা স্বত্ব চিৰদিনৰ কাৰণে বা সম্পূর্ণ ৰূপে এৰি দিয়া কার্য

ଉଦାହରଣ : ৰজাই পদ এৰাৰ কাৰণে প্রজা অতি দুখী হʼল

ସମକକ୍ଷ : উৎসর্গ, ত্যাগ, পৰিত্যাগ

এৰা   ক্ৰিয়া

ଅର୍ଥ : কোনো কাৰণত কোনো কাম নকৰা

ଉଦାହରଣ : মই দ্বিতীয় আৰু পঞ্চম প্রশ্নটো এৰিলোঁ

ସମକକ୍ଷ : এৰি দিয়া

ଅର୍ଥ : ব্যৱহাৰ বা সেৱন নকৰা

ଉଦାହରଣ : মোহনে দুমাহ আগতেই মদ এৰিলে

ସମକକ୍ଷ : ত্যাগ কৰা

ଅର୍ଥ : নিজৰ লগত নৰখা অথবা অন্য কোনো ঠাইত ৰখা বা থৈ অহা

ଉଦାହରଣ : তেওঁ ্মোক মেলাতে এৰিলে

ସମକକ୍ଷ : এৰি দিয়া

ଅର୍ଥ : কোনো ঠাইৰ পৰা আঁ্তৰা বা প্রস্থান কৰা

ଉଦାହରଣ : ৰেলগাড়ীয়ে ষ্টেচন এৰিলে

ଅର୍ଥ : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য

ଉଦାହରଣ : ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল

ସମକକ୍ଷ : আঁতৰি যোৱা, এৰি দিয়া, ত্যাগ কৰা

ଅର୍ଥ : ধ্যান নিদিয়া বা গণনা নকৰা

ଉଦାହରଣ : বৰষুণৰ দিনকেইটাৰ বাদে ইয়াত গোটেই বছৰ জুৰি ্ পর্যটকৰ ্ লানি লাগি থাকে

ସମକକ୍ଷ : বাদ দিয়া

ଅର୍ଥ : কোনো কাম বা চলি থকা কোনো ক্রম মাজতে বন্ধ হৈ যোৱা

ଉଦାହରଣ : কাম-কাজ সকলো বন্ধ হৈ গʼল বৰষুণ থামিল

ସମକକ୍ଷ : থামা, বন্ধ হোৱা, ৰৈ যোৱা, ৰোৱা

এৰা   বিশেষণ

ଅର୍ଥ : ওলাই যোৱা বা দলি মাৰি পঠোৱা

ଉଦାହରଣ : ধনুৰ পৰা এৰা কাঁড়পাতে পোনে-পোনে গৈ লক্ষ্য ভেদ কৰিলে