ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ৰসযুক্ত বা চিপচিপিয়া হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ : চেনি পগালে এঠালেটীয়া হয়
ସମକକ୍ଷ : এঠালেটীয়া, জেপেটীয়া
ଅର୍ଥ : যাৰ আঠা ধৰিব পৰা গুণ আছে বা যʼত আঠা আছে
ଉଦାହରଣ : চাউলত পানী বেছি হোৱাৰ কাৰণে ভাতবোৰ এঠা-এঠা হʼল
ସମକକ୍ଷ : কেটেপা-কেটেপ, জেপেটীয়া, লেটকেটীয়া
ସଂସ୍ଥାପନ କରନ୍ତୁ