ଅର୍ଥ : কোনো বস্তু , চুক্তিপত্র আদি ক্রয়-বিক্রয় কৰাৰ সময়ত কিছু পাৰিশ্রমিকৰ বিনিময়ত মধ্যস্থতা কৰা লোক
ଉଦାହରଣ :
এই গাড়ীখন মই দালালৰ যোগেদি কিনিলোঁ
ସମକକ୍ଷ : দালাল
ଅର୍ଥ : কোনো ব্যক্তি বা সংস্থা আদিৰ ফালৰ পৰা তেওঁলোকৰ প্রতিনিধিৰ ৰূপত কিবা কৰিবৰ কাৰণে যাক নিয়োজিত কৰা হয়
ଉଦାହରଣ :
শ্যাম এটা ব্যক্তিগত বেংকৰ এজেণ্ট
ସମକକ୍ଷ : অভি্কর্তা