ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যুৰীয়া ৰূপত বা একে ৰূপতে বা তাৰ সৈতে .......???
ଉଦାହରଣ : ইয়াৰ লগতে এই কামটোও কৰি লোৱা হওক
ସମକକ୍ଷ : একে লগতে, লগতে, লগে লগে, সৈতে
ଅର୍ଥ : সংযুক্ত হৈ
ଉଦାହରଣ : আমি একেলগে এই কামটো কৰিম
ସମକକ୍ଷ : লগে-ভাগে
ଅର୍ଥ : একেটা সময়তে
ଉଦାହରଣ : এই দুইটা কাম একেলগে হৈ যাব
ଅର୍ଥ : সমূহীয়া ৰূপত
ଉଦାହରଣ : এই সংস্থাটোৰ কর্ম্্চাৰীসকলে সমূহীয়াভাৱে ত্যাগপত্র দিছে
ସମକକ୍ଷ : সমূহীয়াভাৱে, সামূহিকভাৱে
ସଂସ୍ଥାପନ କରନ୍ତୁ