ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : জীৱন ধাৰণ কৰা কার্য:কৃষ্ণৰ জন্ম মথুৰাত হৈছিল
ଉଦାହରଣ :
ସମକକ୍ଷ : অৱতাৰ, আৱির্ভাৱ, উদ্ভৱ, উপজনন, ওপজা, জগা, জনম, জন্ম, দেহধাৰণ, পয়দা, ভূমিষ্ঠ, সংবৃত্তি, সম্ভৱ
ଅର୍ଥ : যি ঠাইৰ পৰা কোনো বস্তু আদিৰ ব্যুৎপত্তি বা উদ্ভৱ হৈছে
ଉଦାହରଣ : গংগাৰ উৎপত্তি গংগোত্রীৰ পৰা হৈছে
ସମକକ୍ଷ : উদ্গম স্থল, উৎপত্তি স্থল
ଅର୍ଥ : পোন-প্রথম অস্তিত্ব ধাৰণ কৰা কার্য ্বা উৎপন্ন হোৱা কার্য ্বা ভাব
ଉଦାହରଣ : সর্বপ্রথম পৃথিৱীত এককোষীয় জীৱৰ জন্ম হৈছিল
ସମକକ୍ଷ : অভ্যুদয়, অৱতাৰ, আবি্র্ভাৱ, আৱি্র্ভাৱ, উদ্ভৱ, উদয়, উপজনন, জন্ম
ସଂସ୍ଥାପନ କରନ୍ତୁ