ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : উদ্বিগ্ন হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ : উদ্বিগ্নতাৰ কাৰণেই মই এই কামটোত মন বহুৱাব পৰা নাই
ସମକକ୍ଷ : উগুল-থুগুল, উচপিচ, উচপিচনি, উদ্বগ্নতা, বিহ্বলতা
ଅର୍ଥ : আতুৰ হোৱা অৱস্থা
ଉଦାହରଣ : দুবছৰ ধৰি ঘৰৰ পৰা আঁতৰি থকাৰ কাৰণে তেওঁৰ ্উৎকণ্ঠা বাঢ়ি গৈ আছে
ସମକକ୍ଷ : অধীৰতা, আতুৰতা, কাতৰতা, ব্যগ্রতা
ଅର୍ଥ : কোনো কথা জানিবলৈ বৰ ইচ্ছা কৰা
ଉଦାହରଣ : শিশুৰ মনত সকলো বস্তুৰ প্রতি কৌতূহল জন্মে
ସମକକ୍ଷ : উৎসুকতা, কৌতূহল, জিজ্ঞাসা
ସଂସ୍ଥାପନ କରନ୍ତୁ