ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : উষ্ণতা বা তাপ থকা
ଉଦାହରଣ : বসন্ত ঋতু শেষ হোৱাৰ লগে লগে জলবায়ু গৰম হʼবলৈ ধৰে
ସମକକ୍ଷ : অত্যুষ্ণ, অশীতল, উত্তপ্ত, উত্তাপিত, গৰম, তপত, তপ্ত, তাপময়, তাপযুক্ত
ଅର୍ଥ : ৰং সিদ্ধান্ত অনুসৰি উষ্ণতা প্রদান কৰোতা
ଉଦାହରଣ : ৰঙা এবিধ উষ্ণ ৰং
ସମକକ୍ଷ : গৰম
ସଂସ୍ଥାପନ କରନ୍ତୁ