ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : লিখাৰ যোগ্য
ଉଦାହରଣ : উল্লেখনীয় ঘটনাবোৰেই ইতিহাস বনায়
ସମକକ୍ଷ : উল্লেখনীয়, উল্লেখ্য
ଅର୍ଥ : যাৰ বিষয়ে কাৰোবাৰ পৰা মত বা আদেশ বিচৰা হয়
ଉଦାହରଣ : সংসদত উল্লেখযোগ্য বিধেয়কখন সংখ্যাগৰিষ্ঠ ভোটত গৃহিত হʼল
ସମକକ୍ଷ : প্রসংগ উত্থাপিত
ଅର୍ଥ : উল্লেখ কৰাৰ যোগ্য
ଉଦାହରଣ : তেওঁৰ চৰিত্র উল্লেখনীয়
ସଂସ୍ଥାପନ କରନ୍ତୁ