ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি ঈশ্বৰ বা দেৱতা আদিৰ ভক্তি কৰে
ଉଦାହରଣ : তেওঁ হনুমানৰ ভক্ত
ସମକକ୍ଷ : ভকত, ভক্ত, সাধক, সেৱক
ଅର୍ଥ : যিজনে পূজা কৰে
ଉଦାହରଣ : ভগৱানৰ প্রকৃত উপাসক সাংসাৰিক বন্ধনৰ পৰা মুক্ত হৈ পৰে
ସମକକ୍ଷ : আৰাধক, পূজাৰী, ভক্ত
ଅର୍ଥ : কাৰোবাক দেৱতুল্য মানি ্তেওঁৰ ভক্তি কৰা বা তেওঁৰ পৰম মহত্ত্ব মানি চলা ব্যক্তি
ଉଦାହରଣ : তেওঁ ্গান্ধীজীৰ ভক্ত গান্ধীজী অহিংসাৰ পূজাৰী আছিল
ସମକକ୍ଷ : পূজাৰী, ভক্ত
ସଂସ୍ଥାପନ କରନ୍ତୁ