ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : উদ্যম বা উদ্যোগ কৰোতা ব্যক্তি
ଉଦାହରଣ : ধীৰুভাই আম্বানি এজন প্রসিদ্ধ উদ্যোগী আছিল
ସମକକ୍ଷ : উদ্যমী
ଅର୍ଥ : প্রয়াস বা উদ্যম থকা ব্যক্তি
ଉଦାହରଣ : প্রকৃত উদ্যমীৰ কাৰণে একোৱেই অসম্ভৱ নহয়
ଅର୍ଥ : কোনো কামত উদ্যম লৈ লাগি থকা
ଉଦାହରଣ : মোৰ মা এগৰাকী উদ্যোগী মহিলা
ସମକକ୍ଷ : উদ্যমী, কাজী
ଅର୍ଥ : প্রয়াস বা চেষ্টা কৰোঁতাজন
ଉଦାହରଣ : উদ্যমী লোকৰ কাৰণে একোৱেই অসম্ভৱ নহয়
ସମକକ୍ଷ : উদ্যমী, চেষ্টাশীল, প্রয়াসশীল
ସଂସ୍ଥାପନ କରନ୍ତୁ