ଅର୍ଥ : উদ্যম বা উদ্যোগ কৰোতা ব্যক্তি
ଉଦାହରଣ :
ধীৰুভাই আম্বানি এজন প্রসিদ্ধ উদ্যোগী আছিল
ସମକକ୍ଷ : উদ্যোগী
ଅର୍ଥ : পৰিশ্রম কৰা ব্যক্তি
ଉଦାହରଣ :
পৰিশ্রমীয়ে নিশ্চয় সফলতা লাভ কৰিব
ସମକକ୍ଷ : অধ্যৱসায়ী, পুৰুষার্থী, পৰিশ্রমী
ଅର୍ଥ : যিজনে পৰিশ্রম কৰে:পৰিশ্রমী লোক সদায় সফল হয়
ଉଦାହରଣ :
ସମକକ୍ଷ : অধ্যৱসায়ী, পুৰুষার্থী, পৰিশ্রমী, ্ কর্মঠ
ଅର୍ଥ : যিটো উৎসাহেৰে ভৰি আছে
ଉଦାହରଣ :
উদ্যমী ব্যক্তিয়ে যিকোনো কাম উৎসাহেৰে কৰিব পাৰে
ସମକକ୍ଷ : উদ্যমপূর্ণ, উৎসাহী, ্উৎসাহপূর্ণ