ଅର୍ଥ : যিজন বহল হৃদয়ৰ
ଉଦାହରଣ :
উদাৰ ৰজাই নিজৰ ৰাজপাট দান কৰি বনলৈ গুচি গʼল
ସମକକ୍ଷ : উদাৰচেতা, উদাৰচেতীয়া, দিলদাৰ
ଅର୍ଥ : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক
ଉଦାହରଣ :
সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে
ସମକକ୍ଷ : অকপট, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে