ଅର୍ଥ : উত্তৰকালৰ সৈতে সম্বন্ধিত
ଉଦାହରଣ :
তেওঁৰ ্ উত্তৰকালীন সাহিত্যত ৰুচি নাই
ସମକକ୍ଷ : উত্তৰ কালৰ, ভাবীকালৰ
ଅର୍ଥ : ভৱিষ্যত কালত হʼবলগীয়া
ଉଦାହରଣ :
আমি ভৱিষ্যতকালৰ আঁচনিৰ ৰূপৰেখা প্রস্তুত কৰি লোৱা উচিত
ସମକକ୍ଷ : অনাগত, ভাবী, ভৱিতব্য, ভৱিষ্যতকালীন, ভৱিষ্যতকালৰ