ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : উষ্ণতা বা তাপ থকা
ଉଦାହରଣ : বসন্ত ঋতু শেষ হোৱাৰ লগে লগে জলবায়ু গৰম হʼবলৈ ধৰে
ସମକକ୍ଷ : অত্যুষ্ণ, অশীতল, উত্তপ্ত, উষ্ণ, গৰম, তপত, তপ্ত, তাপময়, তাপযুক্ত
ଅର୍ଥ : তপত কৰা বা জ্বলোৱা
ଉଦାହରଣ : উত্তাপিত সোণ সম্পূর্ণ বিশুদ্ধ হয়
ଅର୍ଥ : যাক গৰম কৰা হৈছে
ଉଦାହରଣ : উত্তপ্ত বাচনটোক স্পর্শ কৰোতেই হাত পুৰি গʼল
ସମକକ୍ଷ : উত্তপ্ত, তপ্ত
ସଂସ୍ଥାପନ କରନ୍ତୁ